পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
সাহিত্য

সাৱধান হয়। চাপমান যন্ত্ৰৰ যিটো চিত্ৰ ইয়াত দিয়া হৈছে, তাৰ ওপৰ অংশত ২৮, ২৯, ৩০ আৰু ৩১ অংশৰ চিন দিয়া আছে; আৰু প্ৰত্যেকটো অংশৰ বাওঁ কাষত বতৰৰ অৱস্থাও লিখা আছে।