পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
সাহিত্য

সাৱধান হয়। চাপমান যন্ত্ৰৰ যিটো চিত্ৰ ইয়াত দিয়া হৈছে, তাৰ ওপৰ অংশত ২৮, ২৯, ৩০ আৰু ৩১ অংশৰ চিন দিয়া আছে; আৰু প্ৰত্যেকটো অংশৰ বাওঁ কাষত বতৰৰ অৱস্থাও লিখা আছে।