পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা।

আনন্দৰাম বৰুৱা।

 

অকস্মাৎ কিয   আজি সুৰলোকে
  আনন্দৰ ধ্বনি উঠিছে ঘনে।
গাইছে গন্ধব্বী   নাচিছে ত্ৰিদিব,
  লৰে দেৱদূত আনন্দ-মনে॥