পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাহিত্য বিজাৰ। বুকু (নিম) -- কাঠ বা শিস নে। ভয়ঙ্ক-- যমৰ নিচিনা। খঙাল -- দুৰ্ব্বাসা মুনিৰ নিচিনা। উগ্ৰ --- কৰ যেন। কঁপনি ফণ গছৰ পাত যেন। গমন- গজৰ (হাতীৰ নিচিনা (পুৰুষ)। | যাহৰ নিচিনা (স্ত্ৰী)। ভোজন- ভীমৰ নিচিনা।। কবিতাত কোনো বস্তু বৰ্ণাৰ লাগিলে তাৰ লগৰীয়া যিবোৰ গুণ আছে, তাৰৰ কথা কব লাগে। যদি কষিয়ে সেই ৰোৰ গুণৰ বিষয় একে। উল্লেখ নকৰে, তেও পড়ে। তাই বুজি লোৱা উচিত। কোন যন্তৰ লগত কি কি গুণ সদাই বুজা যায়, তাৰ দুটা মান ইয়াতে দিয়া গল।-- আয়ু- শীতল, মৃছ, সুগন্ধী। পানী - শীতল, নিৰ্মল, সুখী। চুলি-- চিকমিকয়া, কলা, নীল। পুখুৰী—– তাতৃ পদুম ফুল আৰু হাঁহ থাকে। নিখাস- সুগন্ধী। বনি-- ফুল থাকে। কলি বা ফুল, তোমোৰ লাগি থাকে, | তাতে সৰে। বসন্তকাল--এই ফালত গছেন পাত ৰে, ল ফুলে। | আৰু কুপিয়ে মাতে। মোন--পূৰ্ব এতিপক আকাশ মেঘালি | নিল।