পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
অসাধাৰণ উপকথা।


কেতখিনি মান আচৰিত কথা যেনে তেনে প্ৰকাৰে গোট কৰি এটা কৰিলেই হয়। সাধাৰণ উপকথাত যেনেকৈ মূল কথাটো যুক্তিসঙ্গত হব লাগে, ইয়াত মূল সাধুকথাটো স্বাভাবিক হব লাগে অৰ্থাৎ কিতাপ খান পঢ়ি মুঠ কথাটো অসঙ্গত বা অসম্ভৱ যেন লাগিব নালাগে। কথা- বোৰ বেলেগ বেলেগ ধৰিলে যদিও অসাধাৰণ বা অস্বা- ভাবিক হয়, আচল কথাটো কিন্তু স্বাভাবিক হোৱা উচিত।