পৃষ্ঠা:সাধনী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। শক্তিহীন হলো মই দিদিমাপে বৃদ্ধৰ ধৰ্ম ধবজ চলিলে যিদিনা, অধৰ্ম্ম অনীতি মাজে ইজাক এৰি। নিয়াল এৰে তেওঁ কুণ্ডিল কুণ্ডত। অধামৰা আধজীয়া আছে। আমি পৰি এৰিব নােৱাৰি দেহা! ২য়, ভঃ কিঃ- মন্ত্রীবৰ । নোহে আমি বিষয় প্রত্যাশী। নােৱাৰো সহিব কিন্তু মর্যাদা হানি! মন্ত্রী।--বুজিছে সকলে। নীচ আজি উচ্চ হল, উচ্চ হল নীচ, বিপৰীত হল সৱ ৰঞ্জৰাঞ্জাৱাৰ। স্বেচ্ছাচাৰ সাৰ হল এই ৰাজত্বক। পেলাব সোৰি মাখো পূৰ্ব ৰাজনৰ শেষ অনুৰোধ-বাণী, আছো মই জানা, নামমাত্র মন্ত্রী হই। ১ম, ভঃ কি ত্তি হল বঙ্গা, নীচ মন্ত্রণাত পৰি। মন্ত্রী কি কম অধিক। নামানে আমাৰ কথা শাসন-ঝর্যাত। সিদিনা পাচিছে এক নয় সেনাপতি, সৈঙ্ক-সামন্তৰে আহােম ৰাজ্যত গই, খিনা সম্মতিৰে, গুপ্ত স্বার্থ সিদ্ধি হেতু পশিব ধৰিতে। পৰ-ৰাজা এৰেশৰ