পৃষ্ঠা:সাধনী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। নিষেধ সৰ্ব্বত্রে, অনুমতি অবিহনে নতুবা নিশ্চয় বিপদ ঘটনা হয়, ৰাজনীতি মতে । বুজালে ৰাষ্ণ যত নামনিলে কথা। ঘটিৰ জঞ্জাল এৰে । ২৪, ভঃ বিঃ-কি হব উপায় ? মন্ত্রী «ৰখাৰ হব ৰাজ্য ১ম, ভঃ বিঃ—লাগিব বিষম ৰণ? মন্ত্রী - ভুল নাই তাত। প্রেতাপী আহােম ৰাজ নেৰিব কাচিং নকৰি উচিত প্রতিকাৰ। শুনি আছে এই ৰাজ্যৰ দুর্দশা, ৰাজ-দুর্বলতা। নেৰিব সুযােগ এই। ২য়, ভঃ বিঃ হাত নাই আমাৰ! কিনতে বাধিম আগন্তুক বিপদক আগটো মাৰি ? মন্ত্রী।-শাই হাত, যি পিৰা, কৰিব৷ তথাপি। ১ম, উঃ কি দেখো বাৰু, | কি পাৰে কৰি সময়ত । ২য়, ভঃ বিঃ—ভাল তেন্তে, আঠাহে এতিয়া ।। মা হােফ। {সকলোৰে আঁৰৰ}