পৃষ্ঠা:সাধনী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। ২৫ গতিৰোধ কৰিব আদিতে-ছুটীয়াৰ আদিগুৰি বীৰবলৈ যেবে লাভ কৰি ‘কুবেৰ সম্পত্তি'—চাল, তৰােৱাল, ধন, সােণৰ মেকুৰিলভিলে ই ৰাজভােগ ছুটীয়া ৰাজ্যৰ ; যদ্যপি দৰিদ্ৰ লৰা সামান্য ঘৰৰ। নাই আৰু ভাবিব, নকৰো আশঙ্কা; যাও ঘূৰি, কওঁগই উৎকণ্ঠা ৰাণীক। (প্রস্থান প্রথম অঙ্কপাত । জিৰণিৰ-পটক্ষেপণ।