পৃষ্ঠা:সাধনী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীম অক। – 85 — প্রথম গর্ভাঙ্ক। ১ শ্ম ৰজাৰ বৰচৰা। { ধর্মধ্বজ, মন্ত্রী, পাৰিষদ আৰু সভাপতি না মন্ত্রী, পাৰিষদ, পণ্ডিত মণ্ডলী, না আমাৰ পণ। কালি যেবে অকলই আবেলি পৰত, মিছিলে উদ্যানত,—ভাবত মগন- ভাবি ভাবি সাধনীৰ পৰিণয় কথা; চাপিলো ওচৰ গই ‘পাল-শদিয়া ছুটীয়াৰ কীৰ্ত্তিন্তম্ভ মৈদামৰ কাষ। আহিল কতনা স্মৃতি পুর্ব পুৰুষৰ, আদিৰাজ ৰধ্বজ কথা; সুমৰিলে। আৰু সেই চলি অহা পুৰুষে-পুৰুষে আদিৰাজ আবাণী অখণ্ড ৰীতিৰে- পিপৰা এটিও যেন নােৱাৰে সাৰিব মৈনাম বগাই। কিন্তু না, কালি এক