পৃষ্ঠা:সাধনী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। শাস্তি পণ্ডিত ৰাণী তুমি। তোমাস’তে আসাৰ নৰজে কথন। যাওঁ সখী হেৰ, মৰবিব দায়-দোষ; কৰিলে। আমনি। সাধনী।-নাষাবা সখীটি অই ! নাপাতি ৰােহ। নাপাতে। আজিৰপৰা একুৱা কৰা মেল, বেয়া পােৱা যদি। ভাল কথা, পৰিছে মনত ;-গােবা সখি, গোৱ। এটি গীত। গাইছিল এতিয়াই, কৃপিটিয়ে সই গছৰ ডালত পৰি। কিযে কণ্ঠ ! কি যে সুৰ! পঞ্চমৰ তান! -কি দিম তুলনা তাৰ ! শাভি-গা নাই ভাল হো, কিনো গুঁত গাম ! তােমাৰে ৰচনি, বা সাংসাৰবিৰহ গীত নৱ প্ৰেমিকৰ, গাওঁ শুনা এটি। গীত। খাম্বাজ জংলা~~ক্ষৌ ঠুৰী। আহা কি কিৰণ দিয়ে তৰুণ অৰুণে ; উষাৰ প্ৰাৰে মিৰি বাড়ে ক্ষণে ক্ষণে। মিলনৰহণ সানি, উষ-বেলি ঘঁহি ঘঁহি, দুটি প্রাণ এটি হয় পৱিত্ৰ মিলনে।