পৃষ্ঠা:সাধনী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। মিলনে জীৱন সাৰ, মিলনতে অল্প যাৰ, কি আছে তুলনা তাৰ জগত-জীবনে। ৰচিণ। হে প্রভু যাক, নতুন মটৰ চাক, সজোৱা হৃদয় তাৰ এনেহৈ যতনে। নিপূনী সংসাৰ ছবি, ফুলে যেন পুণ্য ৰবি, | আদর্শ জীৱন হয় সাংসাৰী কাৰণে। সাধনী।ধন্য সখি ! (নীৰৱ )। ধন্ত তুমি, ধন্য তৱ গীত। শাস্তি।-হল আৰু। বল। যাও, নকৰে। পলম। দুইবো বিচাৰ জাননা লাগিছে ঘৰত। (প্রস্থান।