পৃষ্ঠা:সাধনী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। ভাবে ছেগ বুজি। কত পার্তো, কত ভাঙ্গো, নাই সীমা-শেষ, নাপা উৱাধি তাৰ। শান্তি—ফুলত শিলৰ ৰেথা ! নেশােঙ্গে তেমাত ইসৱ ভবিনা সখি ! টোপ-কলি তুমি, কিয় ভাব। কীটে ধৰ। ফুলৰ দুৰ্দশা! সাধনী।-দেহি অই, চোৱ! কেনে মিলিছে থিতাতে -- চোৰ কেনে ফুল-পাহি আলী-বাউলী, কলিটিৰ মুখ চাই আছে ঠৰ লাগি । চোৱা নাই নিজলই,মিজ সুখ-দুখ, চাইছে মাথােন কলিটিৰ মুধলই, যায় যেন দিন-ৰ এনুৱা সুখ। ফুলিলেই সৰী অই, হব তাৰো দশা বাউলী পাহিটী প্রায়। তাকেহে গুণিছে, পৰৰ মুখত পমা আজলীটী দেহি। কিন্তু সখি। পাখিটীৰ পূৰে কামলা,- ঢেপাকলি ফুলিব কালত ; দশা ৰ হব ঠিক পাহিটীৰ প্ৰায়। মেলো মেলো পাহিকিটি মেশিষ যিদিনা, সিদিনাই কীটে আহি লৰ খিত, কৰিব ঘূর্ণীয় । নবৰ জেউতি আৰু লুকুৱা হাঁহিৰ । সৃষ্টিৰ ৰীতিয়ে’ এই,-জন্ম, বৃদ্ধি, ক্ষয়- চিৰকাল কাৰৰ দিন সমানে নাযায়।