ৰাম কৃষ্ণ হৰি মুকুন্দ মুৰাৰি মাধৱ মধুসূদন
হৰি হৰি যাদৱ যদুনন্দন॥৯৬১
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম
ৰাম ৰাম ৰাম হৰি হৰি হৰি ৰাম ৰাম ৰাম॥৯৬২
হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি হৰি এ
প্ৰাণবন্ধু হৰি হৰি হৰি এ মোৰ প্ৰাণধন হৰি এ
অনাদি অনন্ত প্ৰভু ভগৱন্ত ভজো চৰণত ধৰি এ
হৰি হৰি ভজো চৰণত ধৰি এ
পতিত পাৱন প্ৰভু নাৰায়ণ সেৱক লৈয়ো উদ্ধাৰি।
দীনবন্ধু সেৱক লৈয়ো উদ্ধাৰি, গোবিন্দ জয় ৰাম॥৯৬৩
মুৰাৰি মুকুন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম
মুৰাৰি মুকুন্দ ৰাম জয়।
সুমৰণে পাপ ক্ষয় মিলে মহা মহোদয়।
দুখচয় গুচে শোক ভয় হৰি ৰাম॥৯৬৪
ৰাম কৃষ্ণ গোবিন্দ ৰাম কৃষ্ণ গোবিন্দ ৰাম কৃষ্ণ গোবিন্দ
হৰি, বনমালী বাসুদেৱ পদ্মনাভ জনাৰ্দ্দন।
মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম॥৯৬৫
মাধৱ মধুৰ মুৰতি মধুসূদন, দনুজদমন দুখহাৰী।
পীতাম্বৰ ধৰ, শ্যাম সুন্দৰ হৰি
জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম॥৯৬৬
ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয়॥৯৬৭
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭৩
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
