পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৩
সটীক নামঘোষা

গৰুড়কেতু-গৰুড়ধ্বজ, গৰুড় যাৰ কেতু (পতাকা ), বিষ্ণু।
 ৰাম নিৰঞ্জন নিৰাময়। জয় জগন্নাথ দয়াময়॥৮৯৮
 গোবিন্দ গোবিন্দ গোবিন্দ ৰাম।
 পতিত পাবন তোমাৰ নাম ৮৯৯
 হৰি ৰাম শ্ৰীৰাম বামন পৰশুৰাম॥৯০০
 মুকুন্দ মুৰাৰি দীন দয়াশীল হৰি ৰাম॥৯০১
 কমললোচন দুখমোচন মুৰাৰি ৰাম ৯০২
মোচন-মোচোঁতা, গুচাওঁতা।
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
 ৰাম নাৰায়ণ ৰাম কৃষ্ণ ৰাম॥৯০৩
 বনমালী গোবিন্দ ৰাম কৃষ্ণ হৰি॥৯০৪
 জীৱৰ জীৱনধন মুকুন্দ মুৰাৰি নাৰায়ণ॥৯০৫
 ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি এ হৰি নাৰায়ণ॥
 ভকতজনৰ দুখ ভয়হাৰী এ হৰি নাৰায়ণ॥৯০৬
 নমো নাৰায়ণ নমো নাৰায়ণ।
 নিৰঞ্জন নিৰাকাৰ নিৰ্ব্বিকাৰ নিৰাময়
 নৰোত্তম সম সনাতন॥৯০৭
 ৰাম হৃষীকেশ গোবিন্দ হৃষীকেশ ৯০৮
 গোবিন্দ ৰাম গোবিন্দ ৰাম কৃষ্ণ গোবিন্দ ৰাম॥৯০৯
 এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ॥৯১০
 হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥৯১১
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম নাৰায়ণ॥৯১২