পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৪
সটীক নামঘোষা

 জয় ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি॥৯১৩
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ শিৱ সনাতন।
 তুমিসে গোবিন্দ ভকতৰ নিজ ধন॥ ৯১৪
 জয় হৰি ৰাম জয় ৰাম।
 পৰম মঙ্গল মাধৱৰ গুণ নাম জয় হৰি ৰাম॥৯১৫
 কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম।
 মধুমুৰমথন মুৰাৰি হৰি ৰাম, কৃষ্ণ কৃষ্ণ ৰাম॥৯১৬
মধুমুৰমথন-মধু আৰু মুৰদৈত্যক মৰ্দ্দন অৰ্থাৎ নাশ কৰোঁতা।
 ৰাম কমলাপতি তুমি অগতিৰ গতি।
 ভকতি মিনতি স্তুতি নাজানো পামৰ মতি॥৯১৭
পামৰ মতি—পাপী, পাপলৈ মন কৰোঁতা।
 গোপাল জয় ৰাম। গোবিন্দ জয় ৰাম॥ ৯১৮
 গোপাল গোবিন্দ ৰাম কৃষ্ণ মুকুন্দ॥৯১৯
 গোবিন্দ গোবিন্দ দৈৱকী নন্দন হৰি ৰাম নাৰায়ণ॥৯২০
 হৰি ৰাম শ্ৰীৰাম জয় জয় ৰাম ৰাম॥৯২২
 গোপাল গোবিন্দ মুকুন্দ ৰাম॥ ৯২১
 এ ৰাম জয় ৰাম জয় ৰাম জয় ৰাম।
 ও হৰি ৰাম ৰাম জয় জয় ৰাম॥৯২৩
 শিৱ শিৱ শিৱ শিৱ শিৱ। শিৱ সনাতন জগজীৱ॥৯২৪
 মাধৱ মাধৱ মাধৱ মধুৰিপু।
 মুৰাৰি এ হৰি হৰি ৰাম।