পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত সুবুদ্ধি সকলে সন্তোষে পান কৰয়। উপনিষদ শাস্ত্ৰবোৰ গাইৰ দৰে, ননসুত এক সেই গাইক ক্ষীৰোৱা গোৱলৰ পৰূপ, কুসুত ধনঞ্জয় সেই গাইৰ দামুৰিৰ দৰে আৰু তাৰ গাখীৰ অম্ব হয় তা শাস্ত্ৰখন। উপনিষদ শাস্ত্ৰবোৰ ভগৎ তত্ত্বৰে ভৰা। অৰ্জুৰ প্ৰশ্নত কষ্ণে সেই উপনিষদবোৰ উদঘাটন কৰি তাৰ তত্ত্ব স্বৰূপ অমৃতময় গীতা শাস্ত্ৰখন কৈছে। বুদ্ধি- মানসকলে ভগৱানত মন ৰাখি পৰম সন্তোষে সেই গাৰস পান কৰা। (গীতা পাঠ কৰি তাৰ তত্ত্ব বুজা।] বন্ত প্ৰকাশ আদৌ কৃতে যুগে ধৰ্ম্মো নৃণাং হংসই তি স্মৃতি। কতকৃত্য প্ৰজা জা তা তস্মাৎ কৃতগ: স্বঃ ৬১ [ ৬৬৯] আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলেক মাত্ৰ হৰিনাম দেৱসবে গুপ্ত কৰিলে কৰি কপট। হেন হৰিনাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সবৰোপট। পট-ঢাকনি, আৱৰণ। পট-ছবি, মূৰ্ত্তি।