পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক ৰাঘোৰ। সৌ পুৰুষঃ কৃষ্ণপাদমূলং ন মুঞ্চতি। মৃতঃ সৰ্ব্বপৰিক্লেশঃ পান্থ শৰণং যথা॥৬৬৭ [ ৬৬৭} কৃষ্ণযশে ধৌত চিত্ত হুয়া সমস্তে ক্লেক তৰি পু কৃষ্ণ দাসে কৃষ্ণ চৰণ মূল নেয়। সকলে সম্পূৰ্ণ নিজ গৃহ পথিকসকলে পায় পুনু দুঃখ এ ই যেন সিটো গৃহ নছায়। যেনেকৈ হত দূৰৰপৰা অহা পথিকে খোৱা-বে ৰা অ দি সকলো সম্পূৰ্ণ থাকা নিজ ঘৰখন পালে দুধ-ভাগৰ পাহৰে আৰু ঘৰ এৰি অল্প ঠাইলৈ যাব নোখোজ, তেনেকৈ ভগৱৎ ভক্তে ভগৱানৰ গুণ- গানেৰে চিত্ত শুদ্ধ কৰি মায়াৰপৰা জন্ম সকলো দুখৰপৰ এবাৰ উদ্ধাৰ হব পাৰিলেই { অৰ্থাৎ নিস্পৃহ তাৰে ভক্তি কৰিব পাৰিলেই বা ভক্তিৰস পালেই। পুনৰ আৰু ভগৱানৰ সেই চৰণ নেৰে। [ এই খোত জগতৰ মায়াবন্ধু জীৱক পথিক বুলিহে আৰু গৱানৰ আশ্ৰয়ক জীৱৰ অত সুধপূৰ্ণ ঘৰ বোলা হৈছে।] সৰ্বোপনিষদে গাবো দোগ্ধা গোপালনকন। পাৰ্থে বৎসঃ সুধীৰ্ডোক্তা দুগ্ধং পতামৃতং মহৎ ৬৬৮ [ ৬৬৮] সকল উপনিষদে ধেনু দোগ্ধা ভৈলা তাৰ নহত তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়।