পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দীৰ নামঘোষা [ ৬৫১] পাচে পাচে হৰিনামে খেদে একো ব্ৰহ্মাণ্ডত স্থান নেদে মহা মহা পাতকৰ গৰ্ব ভৈল চুৰ এৰে কৈক যাব বুলি ডৰি কাম্পে পাপ সব ততৰি হৰিনামে পাই দহি কৰিলো চুল। হফিলে পাপ পাচে পাচে খেদে, পাপৰ ৰে জানি কোনো কমাতে কাক কোনোৰে চাই নিদিৰেতেই পাপৰ অহঙ্কাৰ ফুষ; শেষত কলৈ যাৰ বুলি ভয় কৰি তৰি কপে, হেন সময়তে হৰি ৰাৰে তাক লগ পাই পুৰিত কৰে; অৰ্থাৎ হৰিনাৰ কীৰ্ত্তনৰ ফলত তো পাপ থাকিব নোৱাৰে, ৰ'তে শাপ প্ৰবেশ কৰিৰ খোদ, হৰিনামে ত’তে তাৰু মসিমুৰ কৰে। [ ৬৫২} নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পূৰি ধৰ্ম্মময় তনু ভৈ গৈল হৰি ভকত। হৰিৰ কৰুণা ভৈল তাক উচ্চ কৰি দিয়া হৰি ভকি পৰম সন্তোষে নাচে আতি আনন্দত। কাৰে একা মনে হৰিনাম লওঁতে ওঁতে জীৱ শুদ্ধ হয়; কিন্তু তেতিয়াও জাৱে নাম লবলৈ নেৰে-একান্ত মনে নামকে লৈ থাকে; এইদৰে নাম লওঁতে লওঁতে সেই জীৰৰ শৰীৰ ধৰ্মময় হৈ উঠে। এই অৱস্থাকে জীৰৰ এতি ভগৱানৰ কৰা হোৱা বোলা যায়। তেতিয়া