পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘে যা অপবৰ্গদাতা—মুক্তিদাতা। সুজন, পালন আৰু সংহাৰৰ নিমিত্তে প্ৰমেশ্বৰে যি অসংখ্য আচ- ৰিত আচৰিত কাম কৰে, সেইবোৰ কথা যি কয়, যি শুন আৰু বি প্ৰশংসা কৰে, এই তিনিৰো মুক্তিদাতা ভগৱনৰ চৰণ-পঙ্কজ উত্তম ভক্তি হয়। মহিমা নামৈ কং যস্য বাড়ি স্মৰণপথগতং শ্ৰোত্তমূলং গতং বা। শুদ্ধং বা শুদ্ধবৰ্ণ ব্যৱহতৰহিতং তাৰয়তেব সুস্থ। তচ্ছেদ্দহ দ্ৰবণ শুনতা লোকষিও মধ্যে। নিক্ষিপ্তং স্যাং ন খলু ফপদং শভ্ৰমত্ৰ বিপ্ৰং॥১৫০—৫৫৩ [ ৬৫ • [ হৰিকীৰ্ত্তনৰ তাপ লাগি পলায় পাপ দশেদিশে ভাগি হেৰা পাইলো বুলি ভয়ত ভিৰি লৱৰে। ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই আৰ ব্ৰহ্মাণ্ডক পলাই যায় নামে খেদি নেন্ত ব্ৰহ্মাণ্ডোপৰি বাগৰে। জুইৰ খেহি তাপত মানুহ থাকিব নোৱাৰি আঁতৰি যোৰাৰ দৰে, হৰিৰ নাম-কীৰ্ত্তনত কম, ক্ৰোধ, লে ভ, মোহ, মিছ', প্ৰৱঞ্চন', ফকি আদি পাপবোৰ থাকিব নোৱাৰ আঁতৰ যায়; যি নাম-কীৰ্ত্তন কৰে, তাৰ গাৰপৰাতে এই পাপবোৰ যায়েই, তাৰ ঘৰৰ ওচৰৰ দেশৰ আৰু পৃথিৱীৰ পৰাও সেই পপবোৰ বিলোপ হয়; অৰ্থাৎ তেওঁৰ আদৰ্শ লৈ আন মনুহে শুদ্ধ হয়।