পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ 0 কীৰ্ত্তন নকৰি থাকিব নোৱাৰা হল, সেই লোকৰ আৰু সংসাৰত পাবলৈ আটকীয় বস্তু একো নাথাকিল অৰ্থাৎ সকলোকে পোৱাৰ দৰে হল। [ ৫৫৮] কিনো ভাগ্য কিনে ভাগ্য কলিৰ প্ৰজাৰ। হৰিগুণ কীৰ্ত্তনসে ধৰ্ম্ম ভৈল যাৰ। কলিকাল ই জন্ম সে কসকলৰ কি পৰম ভাগ্য যে আন যুগৰ ব্যয় অৰু কস'থ্য কঠোৰ তপ-প, যাগ-যজ্ঞ নকৰি কলিকালৰ বিহিত সহজসাধ্য হবনাম-গুণ কীৰ্তন কৰিয়েই উদ্ধৰ হব পাৰে। (] হৰিগুণ নামক কীৰ্ত্তন যিটো কৰে। কলিৰ দোষক বঞ্চিলেক সিটো নৰে। যি লোকে কলিকালত হৰিৰ নাম-গুণ কীৰ্ত্তন কৰে, সেইলোক কলিকালৰ মিছা, বেশ্যা, শঠতা আদি কোষবোৰক বঞ্চনা কৰাৰদৰে হয় অৰ্থৎ একাত মনে হৰিৰ নাম-গুণ কীৰ্ত্তন কৰাৰ ফলত সেই দোষবোৰে সেই লোকক চুব নোৱাৰে। [ ৫৬ ] ৰাম নাম লৈয়া পাপীজনো তৰে সুখে? হেন হৰি নামৰ ভাণ্ডাৰ ভৈল মুখে ৰামনামৰ ইমান শক্তি যে, ইয়াক একান্ত মনে ললে পাপ- লোকবিলাকেও সংসাৰৰপৰা উদ্ধাৰ হব পাৰে। এনে শক্তিমান