পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Job সটীক নামঘোষা যি লোকে নামধৰ্ম্মকে নিশ্চয় কৰি লৈ হৰিৰ নাম-গুণ কীৰ্তন কৰে, সেই লোকে হৰিক বন্ধুৰূপে পাম্ব—দুখ-বিপদত বন্ধুৱে দেখা দি সহায় কৰ'ৰদৰে হৰিকো সকলো অৱস্থাতে পায়—সেইলোকৰ মৃত্যুলৈকো ও নাই। [ arc ) যাৰ সবে হৰিগুণ গায় হৰিষে। তাপ দূৰ হোৱে যেন অমৃত বৰিষে॥ বিসকলে আনমনে হৰিৰ নাম-গুণ কীৰ্ত্তন কৰে, সেইসকলৰ দৈকি, আধিদৈৱিক আৰু আধিভৌতিক আদি যত কাপ আহে সকলোবোৰ নাশ হয় আৰু সেইসকলৰ ওপৰত অমৃত বৰষাৰদৰে সদায় মঙ্গলহে হয়। [ ৫৫৬] ৰাম কৃষ্ণ হৰি নাম পৰম অমৃত। যিটো মহাজনে লোৱে হোৱে কৃতকৃত্য। পৰম অমৃত তুল্য ৰাম কৃষ্ণ হৰি নাম সাধুলোকে একান্ত মনে লয়, তেৱেই মানৱ জন্মৰ কাম কৰি সফল লাভ কৰা হয়। [৫৫৭] হবিগুণ কীৰ্তন স্বভাৱ ভৈল যাৰ। সংসাৰত দুৰ্লভ থাকিল কিবা তাৰ। যাৰ হৰি-গুণ কীৰ্ত্তন কৰাই প্ৰভাৱ হল অৰ্থাৎ যি হৰি গুণ