পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ধৰ্ম্ম-সঙ্গীত।

প্ৰ ৰ ঈশ্বৰ আহি,  হৃদয়ত বহিবহি,
 এনেটি সৌভাগ্য কিয় নকৰা যতন।
ভকতি ফুলৰ মালা,  ভৰি লোৱা হৃদি থালা,
 ওলালেহি প্ৰাণেশ্বৰ কৰিবা অৰ্পণ॥
    দুৰ্গাপ্ৰসাদ দত্ত।

২০

বাউল সুৰ--একতালা।

 কি বুলি তাৰ দিওঁ পৰিচয়;
তেওঁ দয়া নিধি,  প্ৰেমৰ বাৰিধি,
 দেখিলে নয়ন শীতল হয়।
কোটী সূৰ্য্য গোটালেও তুলনা নহয়;
আকাশ বিয়াপি আছে হই জ্যোতিৰ্ম্ময়॥
    দুৰ্গাপ্ৰসাদ দত্ত।

২১

জয়জয়ন্তী-ঝাঁপতাল।

চোৱা কেনে প্ৰকৃতিৰ শোভা বিতোপন
গাওঁ আহাঁ বিশ্ববাসী, বিভু-যশ-গান।