পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সঙ্গীত-কোষ (page 10 crop).jpg

ছােৰি ভুবন   চলহু নন্দনন্দন
 গােধন চাৰণ কাৰণ ৰে।
দাম সুদাম    সখা সব মিলত
 আনন্দে গােবিন্দ খেলি খেলাৱত ৰে।
শত শত বৎস    বিমল সুবিমল
  নবীন চবীন লৱত ৰে।
শিঙ্গা উপাঙ্গ    বেণু মুহ বাজত
  হেৰি গােৱাল ভুলাৱত ৰে।
গিৰিপতি ধ্যান   তেজি অবধান
  মুৰৰীক সান বিমােহিত ৰে।
তুহু জগন্নাথ কি    দাস কি মাধৱ
  মুহ ভৰি ৰাম কহাৱত ৰে॥

⸻⸻

গুণমালা ।

৩৭

ঘােষা।

ৰাম নিৰঞ্জন    পাতক ভঞ্জন।