সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছােৰি ভুবন   চলহু নন্দনন্দন
 গােধন চাৰণ কাৰণ ৰে।
দাম সুদাম    সখা সব মিলত
 আনন্দে গােবিন্দ খেলি খেলাৱত ৰে।
শত শত বৎস    বিমল সুবিমল
  নবীন চবীন লৱত ৰে।
শিঙ্গা উপাঙ্গ    বেণু মুহ বাজত
  হেৰি গােৱাল ভুলাৱত ৰে।
গিৰিপতি ধ্যান   তেজি অবধান
  মুৰৰীক সান বিমােহিত ৰে।
তুহু জগন্নাথ কি    দাস কি মাধৱ
  মুহ ভৰি ৰাম কহাৱত ৰে॥

⸻⸻

গুণমালা ।

৩৭

ঘােষা।

ৰাম নিৰঞ্জন    পাতক ভঞ্জন।