সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সঙ্গীত-কোষ৷

প্ৰথম অধ্যায়

জাতীয় সঙ্গীত।

ভূপালী—টিমাতেতালা।

বাজে আপুনি  পুৰণি বীণা,
 শুনি কি আবেগে আতুৰ প্ৰাণ।
ৰিণিকি ৰিণিকি  হিয়াত বাজিছে
 পাহৰা সুৰৰ মধুৰ তান॥
উষাৰ কিৰণে পূবে পোহৰোঁতে,
 আহি উটি সুৰে মলয়া লগতে,
ওপচায় হিয়া নতুন উলাহে।
 গোৱা সকলোেৱ জাতীয় গান।
  ৰাধানাথ ফুকন, এম,এ, বি, এল৷