পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
সঙ্গীত-কোষ।

বালি ঘালি  পালি সুগ্ৰীব কপি
 বাৰিধি বান্ধল সেতু।
নিশাচৰ সাতে  দশানন ঘাতন
 জগজন মঙ্গল হেতু।
জানকী লক্ষ্মণ সুগ্ৰীব বিভীষণ
 মাৰুতি সব সৈন্য সাতে।
পুষ্পক যানহি  আসি আপোন
 ভজো নৰপতি ৰঘু নাথে।
শিৰে শশী মণ্ডল ছত্ৰ সুনিৰ্ম্মল
 শ্বেত চামৰ দোহো দোলে।
মিলিল মহোৎসৱ  পৰম কোলাহল
 সবলোই মঙ্গল ৰোলে।
শঙ্খ মৃদঙ্গ মুৰুজ ধ্বনি বাজত
 দুম দুম দুন্দুভি ৰোলে।
পঞ্চ শৱদ শুভ  মিলিল মহোৎসৱ
 জয় জয় ৰাঘৱ বোলে।
ব্ৰহ্মপুৰন্দৰ হৰ মুনি কিন্নৰ
 চাৰণ মিলিল ৰঙ্গে।