এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৸৴৹
গানৰ সূচী।
| বিতৰা কৰুণা দেৱ ভকতি পৰাণ জুৰি ... | ২০৯ |
| বিধাতা কপালে মোৰ লিখিছে অত যাতনা ... | ১০৬ |
| বিধুমুখে কিয়নো নেদেখোঁ হাঁহি ... | ১৫৬ |
| বিপদ বাৰণ তুমি নাৰায়ণ ... | ৩০৬ |
| বিপদ ভয় ভঞ্জনকাৰী ... | ১৭৯ |
| বিভু গান গোৱাহে সদায় ... | ৩১৭ |
| বিষয়কো সুখ হৰিপদকো বিনে নাই ... | ২৩৭ |
| বিৰিন্দাবনে খেলে যশোৱা নন্দ লালনা ... | ৩৩৯ |
| বীৰ প্ৰসবিনী অসম জননী ... | ১৯৮ |
| বুজিলো মই আচল কথা ... | ১৫১ |
| বুঢ়া ভাই হৰিগুণ গাই নাচাঁ ... | ৩৪৭ |
| ভক্তি আঁজলিৰে পূজো প্ৰভু নাৰায়ণ ... | ৫৬ |
| ভজ গোবিন্দং স্মৰ গোবিন্দং ... | ৩৯৪ |
| ভঁজা হে পৰম মঙ্গলময় ... | ২৮৬ |
| ভঁজাহে মন নাৰায়ণ ... | ৪৪ |
| ভৱ সাগৰত পৰি কিয় ভোলা হলা মন ... | ৪২ |
| ভাৱগতি বুজা গুণী গুণ পূজা ... | ২১১ |
| ভাবি থাকো সখি মনতে ... | ১৩৭ |