পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৸০
সঙ্গীত-কোষ।

প্রাণ যে সদায় কান্দে ... ১০৩
প্রেম ছবি মােহন সাজে ... ৯২
প্রেম মিলনে নবীনা নবীনে ... ৯৩
প্রেমিক প্রেমিকা ছবি কিনো মনােময় ... ৯০
প্রমােদ কাননে প্রফুল্লিত মনে ... ২৫২
ফাকু জুলি লই মন সুখে গৈ ... ২৮২
ফুলনি আজি ৰঙ্গতে সাজি ... ২১৬
ফুলিছে যূতি মােৰে ফুলনিতে ... ২০৪
ফুলে ফুলে ফুলে উৰিছে মউ ... ২৪৪
বসন্ত মিলনে আজি গাইছে পাপীয়া ... ২৭৯
বহু আশা পালি চকুৰে দেখিলো ... ৩০৮
বন্দো দেৱ মাধৱ জীৱ বান্ধৱ ... ১৯৫
বৰ হেপাহেৰে আহিছোঁ ৰোৱাঁ ... ৮৮
বলিছে মলয়া ধীৰে ... ২৫৩
বহল জগত মাজে মই অনাথিনী নাৰী ... ১৮
বাঁহি মাতিছে বীণা বাজিছে ... ২২২
বাজে আপুনি পুৰণি বীণা ...
বাজে কত আজি বীণা ৰিণিকি ৰিণিকি সুৰে ... ৭২