সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
সঙ্গীত-কোষ।

আমিও মিলিছোঁ গাও বুলি তযু
 সুপবিত্র নাম হে।
 অম্বিকানাথ বৰা।

২৬

সাৰঙ্গ মিশ্র—ঢিমাতেতালা।

সকলােৱে আজি  প্ৰেমৰসে মজি
 পূজা দেৱ শঙ্কৰ চৰণ।
অসীম প্রেমে  অসীম জ্ঞানে
 সাধিলে যি দেশৰ কল্যাণ।
ভক্তি হীন প্রাণে  ভক্তিৰস দানে
 প্রেমময় কৰিলে যি প্রাণ।
সৰজিলে ভাষা  দিলে নব আশা
 প্ৰচাৰিলে নিষ্কাম ধৰম।