সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
বিবিধ সঙ্গীত।

যি পথে দি গলা   চিন থৈ তুমি
 সি পথক ধৰি সকলােৱে মিলি
আহাঁ ভাই আহাঁ,  যাওঁ উলাহেৰে
 সেই মহাজন স্থানে।
 লক্ষেশ্বৰ শৰ্ম্মা, বি, এ।

২৩

সিন্ধু খাম্বাজ—দাদ্‌ৰা।

কিয় বাজে মধুৰ বাঁহী
আজি খুলি মন প্রাণ
সুমঙ্গল গান
কিয়বা জগতে গাই।
কিয়বা ভকতে আজি
ভকতি সাগৰে মজি,
প্রেমে মাতােৱাৰা
“নামে” সুখ ভৰা
বিভােল কলৈবা চাই।