পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
বিবিধ সঙ্গীত।

২১

মুলতান—একতালা।

বন্দে দেৱ মাধৱ  জাৱ বান্ধৱ
 মহান পুৰুষ নাম।
বৈষ্ণব গণ  শিৰ ভূষণ
 ভকত মহা নিষ্কাম॥
এক সনাতন   ভজন পূজন
 একহি নাম মন্ত্র।
অন্য দেবা দেৱ  নােহে নােহে কেৱ
 মিছা পূজা বলি তন্ত্র॥
পৰম পুৰুষ  পৰম অনন্ত
 পৰম প্ৰেমৰ তত্ত্ব।
প্ৰচাৰ কৰিলা  জীৱক তাৰিলা
 কিমত তান মহত্ব॥
হেনয পবিত্র  যাহাৰ চৰিত্র
 সেই প্রভু মহাজন।