পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
বিবিধ সঙ্গীত।

খাম্বাজ কাওৱালী।

বিপদ ভয ভঞ্জন কাৰা,
কৰাহে কৃপা প্ৰভু
 নিজগুণে।
আমাৰ আজি এই উদ্দেশ ধৰি
যাব পাৰোঁ যাতে নিতে আগ বাহি
 খিয়লা খিযলি যাওঁ পাহৰি।
 হেমচন্দ্ৰ গোস্বামী।

⸻⸻

 

মুলতান একতালা।

নমো বীণাপাণি  বসন্তৰ ৰাণী
 পৰমা প্ৰকৃতি দেবী।
সৰ্ব্ব সিদ্ধি দাত্ৰী,  জ্ঞান অধিষ্ঠাত্ৰী
 প্ৰেম কৰুণাৰ ছবি॥