পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ধৰ্ম্ম-সঙ্গীত।

৪৩

নীলকমলতুল্যমমল ৰােচিৰ তুল মঞ্জুলম
চন্দ্রবদন দণ্ড বসন বেণুনদন মঙ্গলম।
ৰুচিৰমূচ্চ শিখি সুপুচ্ছ কুসুম গচ্ছচূডকম
বিবিধভূষমতিসুবেশমিহ ভজাঘনাশকম্ ॥

অনুবাদ।

ভৈৰব- একতালা।

নীল সুকমল নিচিনা বিমল
 তােমাৰ শােভাৰ তুলনা নাই,
পূর্ণচন্দ্র মুখ মনে অতি সুপ
 মধুৰ মূৰলী ফুৰাহে বাই।
মুৰত সুন্দৰ ম’ৰা পাখী ধৰা,
 ফুলমালা গঢ়া জল-মল চূড়া
নানা অলঙ্কাৰ  মােহন আকাৰ
পাপহৰ, নমো মুৰ দোঁৱাই।
    লক্ষ্মীকান্ত মিশ্র ভাগৱতী।