ডাৱৰ আহিল ক’ৰ পৰা
ডাৱৰ আহিল ক’ৰ পৰা নীলা আকাশ ঢাকি, ডাৱৰে হেনো পি খালে পৃথিৱীৰ পানী। ওভোতাই দিয়ে পানী বৰষুণ দি পানীপিয়াই গীত গায় পানী পি পি।
⸻০⸻
(৯)