পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পনেক পন্থ নীলায়ে চলন্ত আৰ অদভুত নাই। পম ঈ অংশে তৈলা জাত না আক সমুদায়। এহিমতে হবি নাম ও ধৰি উলটি পুনু আসন্ত। শঙ্কক আদি কৰিয়া সকণে বিশ্ৰয় মনে মানন্ত একদিন হেন তৈলা অথন্তৰ বাঘ পাইলা ঈশ্বৰে। গোবিন্দে দেখিয়া পাছ ভৰি কৰি ভিৰিয়া দিল। লৰে। নাহি ভয় বুলি প্ৰভূ হাত তুলি বুলিলা আবাস বাণী। বাঘৰ শিৰত তুলসীৰ মালা দিলাহা প্ৰভূ আপুনি। এহিমতে হৰি ৰিপু দূৰ কৰি চলি যান্ত আনন্দতে। একগোটা মেহে অনেক প্ৰাক বধিয়া আছে তহিতে গোবিলে দেখিয়া বোল ভৰিয়া বিচেষ্টা দেখোহেঁ। বড়। মোহোৰ বচন নিয়ে গোবিন্দ ভয় নকৰিব আৰ। এহি বুলি হৰি হাতে মালা সই দিলা নিয়া তাৰ মাথে।