পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইহাক বিফল করে এম কুমতি। অমৃতক ত্যজি যেন বিষয়ে আতি। হেন জানি বিষয়ৰ সুখক ত্যজিয়াে। পৰম বান্ধব নাম গলত বান্ধিয়াে । যম যাতনাত কৰিবেক পৰিত্ৰাণ। নাহি নাহি গতি দাতা নামৰ সমান। কেন জানি নামক ভলিয়াে ত্যকি কম। জি দিবাকর ভাণে বােলা নাম ম। দুড়ি। পাছে দ্বিজবৰ হুয়া মহাভয় শৰীৰ কম্পিৰে লৈলা। কৰি যােৰহাত গদগদ নাত স্তুতি কৰিবাক লৈলা । তুমি পূর্ণব্রহ্ম এদিৰ পতি তুমি জীৱ জগত। যত চাচি গাৰ ভিতৰ তুমি ঈশ তাস। চৰাচৰ ৰু তুমি ভকতৰ স্বামী। না হয়ে যাক ধ্যানত নল নয়নে দেখিলে আমি । আন নানা অতি কবিরা আশে কতালী কৰি আছে।