সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অতি সুত্ৰা দেবী ৰূপেণে। কৰিলা বিবাহ পাছে পাৰিাতি কন্যা। কণিী কৃষ্ণৰ বিয়া যথা পত। সেহি পটন্তৰ জনা বিবাহত। এহি মতে তাহা অনেক কাল গৈলা। আত অনন্তৰে পাছে যেন কথা ভৈলা একদিনা ৰাতি পাছে পণ দেখিলা। পৰম ঈশৰ হৰি আগতে মিলিলা পৰম সুন্দৰ ৰূপ দেখি অনুপম। শিত কিৰীটি ৰূলে দেখি মনোৰম। কত কলম্ভে আছে মকৰ কুণ্ডল। মৰকত অধৰ ইয়ে নহে তুল। মদনৰ দৰ্প হয়ে যাৰ ৰূপ দেখি। গায়ে পীত বস্তু যে বিজুলী সম আখি শ্যামবৰ্ণ কলেবৰ মৰু সম স্কুলে। হিত হবৎস, বনমালা জলে গলে। শৰ চঞ্জ গদা পদ্ম কত আছ। সংসাৰৰ তিনি তাপ বাই দেখ। চৰণ লন্ত যেন পদ্মক নিলয়। এহি মতে দেখা দিল কি গেলাই। না সভা লোক গুৰ চৰিত্ৰ। মাকে নি ভণ লোক তাকে কলিত। ৰে কলিপে ম লভি আহা গই। বগে নমে সেবা নেৰা নপাই।