পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩০)

সিতো মূঢ়মতি  আন কেনমতে
 সাধিবে আপন গতি॥
হেন জানি নৰ  বিলম্ব নকৰ
 সদা বোলা হৰিবাণী।
হৰিৰ কিঙ্কৰে  দ্বিজ গদাধৰে
 কহিছে কাৰুণ্য বাণী॥

অথ ৺শ্ৰীশ্ৰী হৰিগুৰু চৰিত্ৰ।

৺ হৰিদেৱ গুৰু” নত্বা সংসাৰ বন্ধ মোচকং।
তচ্চৰিত্ৰং সমাসেন বণ্য়তে পদ্যবন্ধতঃ॥

 শ্ৰীকৃষ্ণং গোপবেশ° সুৰবৰ সুখদং শ্যামবৰ্ণং স্বৰূপং বাণীং লক্ষ্মীঞ্চ দেবীং সকলজনমনোবাঞ্চিতাৰ্থাদি দাত্ৰীং সৰ্ব্বান্বৈ বিষ্ণুভক্তান প্ৰকৃতিগুণ কৃত ক্ৰোধ কামাদি মোচান্ স্ত্তত্বা বাণেশ্বৰো ৺ হবিপদ-বিভবাং স্তচ্চৰিত্ৰ কৰোতি।

স্থানেশ্বৰ দ্বিজঃ কশ্চিদাসীৎ শাস্ত্ৰাৰ্থ তত্ত্ববিদ।
ভক্তিপন্থমনেকং বৈ সাধুসঙ্গাৎ শৃণোতিশঃ॥
সকৃত্বা গুৰুদেবস্য় দৰ্শনেচ্ছামতিং ততঃ।
গবেমাৰা খ্যাদাগত্য তস্থৌ সৰ্ব্বাশ্ৰমে তদা॥
তত্ৰলোক মুখাৎ শ্ৰুত্বা বৈকুণ্ঠ গমনং গুৰোঃ
অচেতনো হতজ্ঞানঃ পপাত স মহীতলে॥


দ্বিজ গদাধৰ এজন ৺ হৰিদেৱৰ ভক্ত।
৺ দ্বিজ বানেশ্বৰ কৈহাটী সত্ৰৰ উপৰি পুৰুষ। এও ৺ হৰিদেৱৰ এজন মহাভক্ত আছিল।