পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৯)


উপাসিত সচ্চৰণাৰ বিন্দং,
নমামি দেবং হৰিদেৱ সজ্ঞং।
হেমাদ্ৰি শৃঙ্গাৎ সুৰনিম্নগায়াঃ
জলপ্ৰবাহ প্ৰতিভাস কেন
যজ্ঞো পবীতেন বিভাত মাঙ্গং,
নমামি দেবং হৰিদেৱ সজ্ঞং।
ভুক্তি মুক্তি দায়কং প্ৰশস্ত চাকৰিগ্ৰহং,
দয়ালুং গুৰুং ব্ৰহ্ম নিষ্ঠং প্ৰশান্তং।
নমামি দেবং হৰিদেৱ, সজ্ঞকম্।
শ্ৰীজগন্নাথ দেব কবে বিদ মুদিত মুদাৰং,
শৃণু সুখদং সুভদং ভব সাগৰ পাৰং;
পঠ পাঠয় ভ্ৰান্তমতে সহজ ত্ৰিসন্ধ্যং
যদি বাঞ্চসি বাঞ্ছিত মুক্তি পদং পৰমম।
ইতি ৺ শ্ৰী শ্ৰীহৰিদেব স্তোত্ৰ সম্পূৰ্ণম।


পদ।

বসতি আছিলা পূৰ্ব্বে বৈকুণ্ঠ নগবে।
ব্ৰহ্মা আদি দেবগণে জানালা সত্বৰে॥
নষ্টধৰ্ম্ম ৰাখিবৰ কৰোহোঁ যুকতি।
হৰিদেৱ নাম দেৱক কৰোহোঁ প্ৰণতি॥
কলিত ব্ৰাহ্মণ অজনাভৰ গৃহত।
কলিপাপ নাশ কৰি ভৈলা আবিৰ্ভূত॥
শুদ্ধ সত্ব গুণে দীপ্ত প্ৰশান্ত মূৰতি।
হৰিদেৱ নাৰ দেৱৰু কৰোহোঁ প্ৰণতি॥