পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খেনু চাৰিবাক না যাদু কোন বৰুৱাৰ পাের ভাৰা আছে দৈ লয়, চক্ষুৰ মুচাস লাে। নাখাওঁ তোৰ দুধ ভাত নচ ৰিবে ধেনু। অঢাৰি পেলাইলা যাদু শিক্ষা বেত বেনু ও মাৱৰ শুনিয়া ৰাদু নিষ্ঠৰ বচন। দধি দুগ্ধ খৃত মধু কৰিলা ভােজন। কান্দিতে যাই যাদু কান্দিতে যাই। কান্দি কান্দি যাদু মােৰ দুধ ভাত খাই । হাতে সো-ব , গত বছৰু, গােপাল কান্দিতে যাই। কোন বিধাতা কপালে লেখিছে গৰু ছাৰি ভাত খাই। পদুলী ওলাই শিঙ্গা ডাক দিলা বংশী ডাক দিল। বই। ব্ৰজৰ শিশুসবে বাহিৰাই গৈলা গাবে গাৱে ধেনু লই ॥ 'জি কোন পন্থে যাইবা নাৰায়ণ, কোন বনে চৰাইব ধেনু। পন্থৰ ভালমন্দ একোকে নেজানো, আগে চলা ৰাম কামু। মােহন বৃন্দাবনে ধেনু লৈ যাই ৰাম কানাই ; আগে ধেনু পাছে কনু মধ্যে বলােৰাম এ। ধেনু লৈয়া যায় নন্দেৰ কানাই ও যশােদা প্রমুখে গােপীসবে আছে চাই, মােহন বৃন্দাবনে ধেনুক চৰাই। ধেনু চাৰিবা। যাইহে কলিয়া। হাতে মােহন বংশী লৈহে কলিয়া। যমুনাৰে বালি পাইয়া বনমালী মেলিলা দধি ভাত। কাৰে লৈল হাতে কাৰে লৈল। পাতে কাৰে গৈলা গামছত। কুন্দলী আকাৰ কৰি নন্দসুত বসিলা বালি জুড়ি। দাম সুদামে অল্প বাতি দেই ভুঞ্জে মনে ৰ কৰি। পদ্মৰ কণিক। ভৈলা নাৰায়ণ পাহি ভৈল গােপগণ। লি আকাৰে বুলি বসিয়া কৰিল। অভােন