পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৬

যতেক দৃষ্টান্ত।
সবে কৰি অন্ত॥
ভৈলা বিদ্যমান।
পাইলা প্ৰমাণ॥
দিবাকৰে ভণে
কেদিন জীৱনে॥
ভজ নাৰায়ণে।
আনন্দিত মনে॥
গুৰুৰ চৰিত্ৰ৷
পৰম পবিত্ৰ॥
পাতকীৰ মিত্ৰ৷
গুণ অতিশয়৷
গুচে কলি ভয়॥
পাপ নাশ হয়৷
নাহিকে সংশয়॥
চিন্তা শুদ্ধ মতি৷
কৰিয়া ভকতি॥
লভিবা মুকুতি৷
পাইবাহা গতি॥
দুৰ্ঘোৰ কলিত৷
পৰকাল হিত॥
এৰা আন কাম৷
চিন্তা প্ৰভু নাম॥
ধৰ্ম্ম অৰ্থ নাম৷
মোক্ষ অৰ্থ কাম॥