পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷ ৩৮


বলভদ্ৰ সহোদৰ সত্য বপুম্৷
বপু নিৰ্জ্জিত বিশ্ব সুৰাৰি ৰিপুম্॥
ৰিপু যুথপ যুথপ দৰ্পহৰম্৷
হৰমৌলি নিঘৃষ্ট পদাজ পৰম্॥

পৰলোক সহায় সহস্ৰ মুখম্৷
মুখৰালি কূলাকূল মাল্যসুখম্॥
সুখমোক্ষদ দক্ষ ৰমাৰমণম্৷
মনসো পৰিমেয় সহস্ৰ ফণম্॥

ফনতোস্মি নতোস্মি নতোস্মি হৰিম্৷
হৰি বৈৰী হুতাশন ভোগ্য হৰিম্॥
হৰি কিঙ্কৰ শঙ্কৰ ঈশ পদে৷
পদমিচ্ছন গায়তি চামৃত দে॥

 টোটয় শুনি ৰজাই অতিশয় আনন্দ পালে; দিব্য জ্যোতিৰ্ম্ময় মূৰ্ত্তি দেখি স্তম্ভিত হ’ল; হাঁহো হাঁহো কৰা মুখত প্ৰতিভাত হোৱা মহীয়সী শক্তিৰ কিৰণত ৰজাৰ অন্তৰ কঁপি