পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একা সবনৰ পাপ পথিমজ্জল ততে কয়লি উদ্ধা। অব নিশি চাৰি | বেদ বিচাৰি | বেকত কৰু হৰি নাম। যাকেৰি বন্ধনে মিলাই গাই | পাই মনোৰথ কাম। পণ্ডিত মানী বেদ বখানি | গৰব কয়লি সব চু। গীত কবিত্ব গুণ | কীৰিতি গয়ো বহুদূৰ। যশ দান। | মন ভূত দায় | সব গুণ সম্পন্ন ঠিক। ভকতক ভকতি | দানে কৰু গুৰু দায়া তনয় অধিক। হৰিক মুৰুতি | সুৰুতি মন গমন মজ্জন আনন্দ সিন্ধু। ঐচন নিবমল হৃদয়ে বিকশিত ভকত-কুমুদ কুল ইন্দু। নিজকুল তাৰি | ভকতি বিস্তাৰি বৰূল হৰিগুণ সেতু। কলিযুগে পাপ | পয়োধিক সনৰ তাৰণ কাৰণ হেতু।