পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ্ৰীক লীলা গজগতি গমন বিলোকন | বাণী মেঘ গম্ভীৰ। পাষণ্ড মৰ্দন কলিকো কালে | যাকো সম নাহি ধী। যোহি নাৰায়ণ | মায়া বিস্তাৰি কৰু ত্ৰিজগত নিৰমান। সনক সনাতন | যোগী যাকেৰি | মহিমা কবহু নান। সকল চৰাচৰ পালনকাৰী | যো হৰি দেৱক দেৱ।। চতুৰবয়ন শিৱ সুৰপতি যাকেৰি | কৰু নিত চৰণহি সেৱা। চাৰি বেদ। | শিৰোমণি মাঝে | যাকেৰি চৰণ বিকাশ। সোহি দেৱক | কয়লি কলিকে। | শঙ্কৰদেৱ পৰকাশ। ত্ৰিভুবন বন দৈৱকী নন্দন যোহৰি মাৰল কংস। জগজন তাৰণ | দেৱ নাৰায়ণ | শঙ্কৰ কেৰি অংশ মায়া নৰ-তনু ধৰি হৰি ভকতি কয়লি বহু পৰচাৰ। | শিমাণ :