পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওনা সবে নব, কথা মনোহ, বিদেশ যাই, হেন চলিল, দামোদক, বুলিলন্ত বাক, ধৰ্মক সত্ৰক, কৰিব পিণ্ডক, সুভদ্ৰা জীৱ, তেহু ধৰ্ম্মপৰ, হেন আজ্ঞা কৰি, পশ্চিমক লৰি, গঙ্গাক পাইলন্ত, স্নান কৰিলন্ত, মহা পুৰুষৰ, বসে ভৰপূৰ, স্নান কৰিলন্ত, উজাই লবিস্ত, শঙ্কৰে বোল, শীঘ্ৰে চলন্ত, ভকত চলিল, ঠাকুৰে জানিলা, ঠাকুৰ দেৱৰ, কৰ্ণ টক॥৩৮৮ গঙ্গা স্নানিৰন্ত, ঠাকুৰ মহন্ত॥২৮৯ আনিলা আগক, ভকত সবক॥৩৯০|| পালিব ভক্তক প্ৰবৰ্তাই নামক॥৩৯১ হৈবেক কুমাৰ, হৈব শ্ৰেষ্ঠত০৯২ দেৱ শ্ৰহৰি, গৈল। যাত্ৰা কৰি॥৩৯৩ জলে নামিলত, বচন বোন্ত॥৩৯৪৷ যত ভক্তন, হৌক নিৰন্তৰ॥৩৯৫৷ তীৰে উঠিল, পথত চলন্ত॥৩৯৬ শুনা ভক্ত সন্ত, নাতিক মাতস্ত॥৩৯৭ আজ্ঞাক কহিল, মোক নিবে আইলা॥৩৯৮