পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশ্ৰী বিষ্ণুপুৰ মাজে, ঠাকুৰ আচাৰ্য্যে, বিষ্ণুপুৰ থান, গঢ়ৰেমে খান, শঙ্কৰৰ নাতি, ভকত পীৰিতি, ঠাকুৰ মহন্ত, বাহুজন সম্ভ, গুৰু শীলা সম্ভ, আনন্দে নন্ত, প্ৰেমৰ মুৰুতি, স্মৰণ কুৰুতি, ক্ষেত্ৰে লৰিলন্ত, যত ভক্ত সন্ত, গঙ্গা স্নানিলা, প্ৰণাম কৰিলা, পুনু আসিল, কথাক চৰ্চন্ত, গুৰু বুলিলন্ত, ঠাকুৰ মহন্ত, মাতৃ চলিব, তেবেসে যাইবন্ত, পাতিয়া সমাজে, ভকতি বিৰাজে॥৩৭৭ দ্বাৰকা সমান, পৰ্বত সমান॥৩৭৮ জগতে খিয়াতি, বঢ়ান্ত সম্প্ৰতি॥৩৭৯ সব গুণৱন্ত, তেহু পাতিলন্ত॥৩৮০ সবাকো তোল, ভক্ত অপৰ্যন্ত॥৩৮১ ঠাকুৰৰ মতি, নজড়ে সম্প্ৰতি॥৩৮২৷৷ ঠাকুৰ মহন্ত, লগত চলন্ত॥৩৮৩৷ জগন্নাথে গৈলা, আনন্দে চলিলা॥৩৮৪৷ থান পাইন ভকতে সুনন্ত॥৩৮৫ নাতিক আনন্ত, মাতি ৰহিলন্ত॥৩৮৬ ধৰ্ম স্থাপিৰন্ত, হেন এলিন্ত। ৩৮৭