পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ আৰু গুণ মাধৱেসে গতি, মাধৱত ৰতি, মাধৱত পৰ, নাহি প্ৰিয়ত, মাধৱৰ নাম, এৰি আন কাম, মাধৱেসে মতি, কৰিও সম্প্ৰতি॥৩৪৪ ভকত সব, ব্ৰহ্মাণ্ড ভিতৰ॥৩৪৫ ধৰ্ম্ম অনুপাম, বোলা ৰাম ৰাম॥৩৪৬