পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত ৩২। কই মোহে কামুক বাতে। নন্দ নন্দন পুনু পাৱব পোপপুবি পৰসি জিৱাৱব হাতে। মানচোক ধ্ৰুং-কহ + উদ্ধৱ ভিউ। | কৈচন চাড়ল গোষ্ঠে, কৃষ্ণ প্ৰাণ পিউ। পদ—পতি সুত ও সবহু অভিলাস। চোড়ি কয়লোঁ। কৃষ্ণ চৰণক আস॥ তবহু বহল মোৰ বন্ধু মধুপৰী। নিকৰুণ কানু নাৱে অবহু বহুৰি। ব্ৰজক জিৱন ধনৰে নন্দকুমাৰ। বিচুল পুৰুবক সুনেহা ১ হামাৰ। কৈছে ধৰবো অব ব্ৰজ বধু প্ৰাণে। । কৃষ্ণ কিঙ্কৰে ব শঙ্কৰে ভানে॥১৮৮৷ – ইতি বড়গীত পূৰ্ণতাং :- গোবিন্দ গুণ মন লাগিগোবিন্দৰ গুণত মন লাগি ধৰিছে অৰ্থাৎ কৃষ্ণ গুণত মুগ্ধ হৈ আমি মাতাল হৈছে। সুমবিতে তনু•••আগি- সুৱৰিলে গাত জুই জগাৰ দৰে বোধ হয়। মধুপুৰি মাধৰ পিউ-প্ৰিয় মাধৱ মথুৰাত। বৈছে বৰব অব জীউ-কেনেকৈ এতিয়া জীৱন ধাৰণ কৰিম। নাৱত-নাহে। সহবি- সহিব। ৰাজীব লোচন-পদ্ম নেত্ৰ। অবহু-এতিয়াও। বহুৰি- উলটি, ঘূৰি। নেই – মেহ। বিচুল পুৰৰক সুনেহা হামাৰ আমাৰ আগৰ স্নেহ পাহৰিলে। পাঠান্তৰ :- * তাল চুট।;! কহ সোহে; ত দ $ সুলেহ।