পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ বৰগীত ১২ ৰাগ-গোৰি। ধ্ৰুং-কমনে ৰময়া মন বিচৰিৰস্থ; বৃথা মোহে ভুলাই। ৰাম চৰণ; চিত্ত চিকে ৮ , মৃত্যু ভৰন উপায়ী। পদ-সাফল জিৱন জোৰ নিত্য জম্নত্ব বামা। কেশৱ নেসেৰি ও জো ক্ৰিয়েই ৮ বিট কিট উপমা॥ জাকেৰি চাকৰি কৰতহে গতি পাতকী পায়ী। শঙ্কৰ কহ সোহি হৰিকো; কতি ভকতি নাকায়ী॥১২। বিছুৰি বহু-পাহৰি থাক। চিকু-হিয়াত। যে জন্তু-যি প্ৰাণী। জল্পতু-জপ কৰে। বিট—বিষ্ঠা। চাকেৰি-চাকবি, দাসত্ব। কত-কৰাত। সোহি—সেই। কতি-কিয়। নাকায়ি-নকৰে, নকৰে। ৰাগ বনশ্ৰী। ধ্ৰুং-ওজা সোজা পন্থ নহেৰি; কোটি কম কায়ী; হৰিকে। নাহি পায়ী; পৰল ভৱ বেৰি বেৰি। পদ—যত তপ তিৰিথ; কৰসি গয়া কাসি; বসি বয়স গঞাই। জানি যোগ; যুগুতি মতি মোহিত; বিনে ভকতি গতি নাই। ৰাম নাম লহ + নিখীল পুন্য ৰহ; ওহি নিগম তত্ত্ব বাণি। কলিকে পৰম; ধৰম হৰি নাম; পঢ়ি পুনু মৰম জানি। পাঠাইৰ :- * বিচুৰই।। চিত্ত চিন্ত; নিতু; $ নাসেৰি; v জীৱই;

  • মহ- মাগত। মম-