পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ বৰগীত জলৰ ভিতৰত; মুমূৰ্ষ, সময়ৰ সংস্কাৰ। অৰ্জল ছুটয়-মুমূৰ্ষ, সময়ৰ সংস্কাৰ এবায়, মৃত্যুৰ হাত সাৰে। কমমধু -পদ্মমধু, ভগৱন্তৰ পদসেৱা ৰস। মধুকব-মৌমাপি, ভকত। যৈছে—যি। বণিক-সুদক্ষ বেপাৰী, ভকত। | চিন্তামণি-অভীষ্ট দায়ক মণি, শ্ৰীহবি। মতি -সৰ্বগুণযুক্ত। ১১ বাগ-গৌৰি। ধ্ৰুং-কমল নয়ন চিন্ত চিত্ত চেতন লাই। | বিনে হৰি ভকতি মুকুতি কতি পাই। পদ-নৰ ভয়ে। ভাই ভাৰতে কতি ভাগা। নকহসি বাম মৰসি কতি লাগা। চোড়ি ৰাম নাম আমীয়া উপজোগা। জৈছে পুৰিষ শুকৰ কয়ো ভোগ। অথীৰ জিয়ন ধন চৌৱন জায়া। ভকতি বিৰোধি বিসয় সব মায়া। কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ ভানা। বিনে। হৰি ভকতি তৰণি নাহি আনা ১১। ভয়া—হয়। লাইলাগি, যাবে। কতি-ক'ত, কত। উপযোগা-উপযোগী। কতি ভাগা-কি লাগি, কি নিমিত্তে। কয়ো-কৰে। ভোগ-ভোগ। পুৰষ-বিষ্ঠা। ভাণা – ভণে; কয়। ওছি-এই। জৈচে-যেনে। পাঠl:- + জীৱন;! বিনো;