পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীভজন বিলাস পদ্ধতি।

ভ, জ, না


এতেকতে তুমি,  সম্প্ৰদাৰ গুৰু,
 আশ্ৰয় কৰি লোৱা।
নহলে তোমাৰ,  সাধন নহব,
 কোটিকল্প যদি চোৱা॥২৯॥
তেতিয়া ৰজাই,  কহিলা দুনাই,
 আৰু কৈক লাগি যাওঁ।
কৃপাগুণে মোৰ,  সংশয় ছেদিও,
 আপুনাৰে শিষ্য হওঁ॥৩০॥
ৰজাৰ বচন, শুনি দেব ঋষি,
 মন্ত্ৰ দিয়া চলি গৈলা।
কহে কাশীদাস,  ভজন বিলাসে,
 দেখা কি ৰকম খেলা॥৩১॥॥

ভাগবতেও গৌতমীয়তন্ত্ৰে।
“সম্প্ৰদায়বিহীন যে মন্ত্ৰেষ্ঠ নিষ্ফলামতা।
সাধনঞ্চ ন সিদ্ধতি কোটি কল্প শতৈৰপি।”
(কথা)

 ভাগবতে আৰু গৌতমীয়তন্ত্ৰতো কৈছে সম্প্ৰ-

দা নাইকিয়া গুৰুদিয়া নাম মন্ত্ৰএক কোটি কল্প