পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ১। মঠ—মাধৱাচাৰ্য্য সম্প্ৰদায়ৰ মঠ :—

 ৰাধাকান্ত মঠ, গঙ্গামঠ, সিদ্ধ বকুল মঠ, তোতা গোপীনাথ মঠ, ৰাধাবল্লভ মঠ আৰু হৰিদাস সমাধি মঠ।

 ২। অতী বড়ী—বৰ উৰিয়া মঠ, ছান উৰিয়া মঠ, (এই হৈছে জগন্নাথ সম্প্ৰদায় মঠ )।

 ৩। ৰামানুজ সম্প্ৰদায়ৰ—ৰাজ গোপাল মঠ, বৰ মঠ, উত্তৰ পাৰ্শ্ব মঠ, ত্ৰিমালি মঠ, সমাধি মঠ, আচাৰি মঠ, বেঙ্কতাচাৰ্য্য মঠ, জীউ স্বামী মঠ, ঝাৰু মঠ।

 ৪। ৰামানন্দ সম্প্ৰদায়ৰ—বৰ মঠ, ছোট মঠ, আখাৰা মঠ, নিৰামহী মঠ, বৰশান্ত মঠ ইত্যাদি।

 ৫। ৰুদ্ৰ সম্প্ৰদায়ৰ—বিষ্ণু স্বামীৰ মঠ, জগন্নাথ বল্লভ মঠ।

 ৬। হৰী ব্যাসী—দুঃখীশ্যাম বাবা মঠ, ৰামজী মঠ।

 ৭। নানক পন্থীৰ—মঙ্গু মঠ, বাউলি মঠ।

 ৮। সন্যাসী—শঙ্কৰাচাৰ্য্য গোবৰ্দ্ধন মঠ, শঙ্কৰানন্দ মঠ, গোপাল তীৰ্থ মঠ, মহী প্ৰকাশ মঠ।

 ৯। সোণাৰ গোৰাঙ্গ মঠ।

 মন্দিৰ : —তোতা গোপীনাথ, বিল্বেশ্বৰ মহাদেৱ, লোকনাথ, নীলমাধৱ চক্ৰতীৰ্থ, সিদ্ধ বকুল, অক্ষয় বট, স্বৰ্গদ্বাৰ, কানপাতা হনুমান, অষ্টাদশ নালা চন্দ্ৰৰ তালা, মাৰ্কণ্ডেয় সৰোবৰ, ৰোহিণী কুণ্ড, গোবৰ্দ্ধন ইত্যাদি।